Home
Faq
Faq

FAQ -


(1) এই Website টোত কি ধৰণৰ Study Materials পোৱা যায় ?

Ans:- এই Website টোত PDF Materials পোৱা যায় । অৰ্থাৎ Digital Product পোৱা যায় ।



(2) এই PDF কিতাপ বিলাকৰ Hard Copy পোৱা যায়নে ?

Ans:- নাযায় ।



(3) PDF কিতাপখন কিনোতে কি কি তথ্য দিব লাগিব ?

Ans:- আপোনাৰ নাম, সঠিক email id আৰু WhatsApp নম্বৰ ।



(4) এখন PDF কিতাপৰ বাবে Payment কৰিলে কিমান সময়ৰ ভিতৰত PDF কিতাপখন পোৱা যাব ?

Ans:- সাধাৰণতে লগে লগে PDF কিতাপখনৰ Download লিংক পোৱা যায় । কিন্তু কেতিয়াবা ৫ মিনিট বা ২ ঘন্টাৰ ভিতৰত আপোনাৰ email ত Download লিংক পাই যা।ব


(5) এখন PDF কিতাপৰ বাবে payment কৰাৰ পিছত কিতাপখন Download নহলে কেনেকে পাম ?

Ans:- PDF কিতাপৰ বাবে payment কৰাৰ পিছত কিতাপখন Download নহলে আপুনি আমাক WhatsApp Message কৰক 8638011830 নম্বৰত । আমক আপুনি Name, email id আৰু mobile number লিখি দিব লাগিব WhatsApp Message কৰোতে, যিখিনি আপুনি PDF কিনোতে Detail ত দিছিল ।



(6) PDF কিতাপখন কেতিয়াবা Delete হৈ গলে পুনৰ কেনেকে পাম ? আকৌ কৰিব লাগিব নেকি ?

Ans:- PDF কিতাপৰ বাবে payment কৰাৰ পিছত কিতাপখন কেতিয়াবা Delete হৈ গলে আপুনি আমাক WhatsApp Message কৰক 8638011830 নম্বৰত । আমক আপুনি Name, email id আৰু mobile number লিখি দিব লাগিব WhatsApp Message কৰোতে, যিখিনি আপুনি PDF কিনোতে Detail ত দিছিল । তেতিয়া আমি কিতাপখন পুনৰ দি দিম তাত । এই সুবিধা এবছৰলৈহে । কিতাপখন কিনা 1 বছৰ পাৰ হৈ গলে দিয়া নহব ।




Secure Payments

Shipping in India

Great Value & Quality