HomeAssam GK Pedia : Assamese Grammar, History, Geography, Literature & All GK Assam (Vol-1)
Assam GK Pedia : Assamese Grammar, History, Geography, Literature & All GK Assam (Vol-1)
Assam GK Pedia : Assamese Grammar, History, Geography, Literature & All GK Assam (Vol-1)Assam GK Pedia : Assamese Grammar, History, Geography, Literature & All GK Assam (Vol-1)

Assam GK Pedia : Assamese Grammar, History, Geography, Literature & All GK Assam (Vol-1)

₹299
₹149
Saving ₹150
50% off
Product Description

Assam GK PDF eBook


Book Title -

Assam GK Pedia : Assamese Grammar, History, Geography, Literature, All GK Assam BIJAY KOCH (Assamese Medium)


https://imojo.in/assamgkpedia


====================

Total Questions -7500 nos

(One Liner Question Answer)

Total Pages - 770

File Size - 200 mb

======================================


Assam GK PDF


Assam GK PDF


Assam GK PDF English Medium


Assam GK PDF Assamese Medium


এইখিনি নপঢ়াকৈ নিকিনিব =


এইখন এখন eBook PDF অৰ্থাত মোবাইল বা কম্পিউটাৰত পঢ়িব পৰা এখন ইলেক্ট্ৰনিক কিতাপ । আপুনি পইচা Pay কৰাৰ পিছত ইয়াৰ Soft PDF Copy টো Download ৰ Link পাব । যদি Download ৰ Link নাপাই, আমালৈ আপোনাৰ email id, mobile no আৰু নাম উল্লেখ কৰি WhatsApp Message কৰিব ।


8638011830


============================================


Part-1 অসম সাহিত্যৰ বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (ক) (Page 1 to 67)

(655 Question Answer)

বৰগীত, চৰ্যাপদ, অসমৰ সাহিত্যিকৰ সন্মানীয় উপাধি বা নাম, অসমৰ বিশিষ্ট সাহিত্যিকৰ ছদ্মনাম, অসমীয়া উপন্যাস, ‘অৰুণোদই’ সংবাদ পত্ৰ, জোনাকী (আলোচনী), বাঁহী (আলোচনী), আসাম বন্ধু (আলোচনী), ৰামধেনু (আলোচনী), “হস্তীবিদ্যাৰ্ণৱ” পুথি, যোগিনী তন্ত্ৰ, ভক্তি ৰত্নাৱলী, কীৰ্তন-ঘোষা, গুণমালা, ভক্তি-প্ৰদীপ, গীতি-ৰামায়ণ, চকৰি ফেঁটী বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী (গ্ৰন্থ)


Part-2 অসম সাহিত্যৰ বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (খ) (Page 68 to 97)

শংকৰী তথা প্ৰাক-শংকৰী যুগৰ অসমীয়া সাহিত্যিক (273 Question Answer)

শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হেম সৰস্বতী, মাধৱ কন্দলি, অনন্ত কন্দলি, দুৰ্গাবৰ কায়স্থ, ভট্টদেৱ, ৰামচৰণ ঠাকুৰ, হৰিহৰ বিপ্ৰ, কৱিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, দামোদৰ দেৱ, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ, হৰিদেৱ


Part-3 অসম সাহিত্যৰ বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (গ) (Page 96 to 118)

আধুনিক যুগৰ অসমীয়া সাহিত্যিক (214 Question Answer)

চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, ৰঘুনাথ চৌধাৰী, হেমচন্দ্ৰ গোস্বামী, নৱকান্ত বৰুৱা, যতীন্দ্ৰ নাথ দুৱৰা


Part-4 অসম সাহিত্যৰ বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (ঘ) (Page 119 to 138)

(206 Question Answer)

অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসম সাহিত্য সভা


Part-5 অসমৰ বিভিন্ন নৃত্য (Page 139 to 150)

(90 Question Answer), ক'লী বুঢ়ীৰ নাচ, বিহু নৃত্য, ভোৰতাল নৃত্য, দেওধনী নৃত্য, ঝুমুৰ নৃত্য, বাগৰুম্বা, সত্ৰীয়া নৃত্য

 

Part-6 অসমৰ বিভিন্ন জনগোষ্ঠী (Page 151 to 174)

(214 Question Answer)

ৰাভা জনগোষ্ঠী, বড়ো জনগোষ্ঠী, আহোম জনগোষ্ঠী, দেউৰী জনগোষ্ঠী

 

Part-7 অসমৰ বিভিন্ন বঁটা আৰু বঁটা বিজয়ীসকল (Page 175 to 204)

(260 Question Answer)

বিভিন্ন বঁটা প্ৰশ্ন-উত্তৰ, সংগীত নাটক একাডেমী বঁটা, অসম ৰত্ন

 

Part-8 অসমৰ বিভিন্ন বঁটা বিজয়ীসকল (Page 205 to 246)

(380 Question Answer)

জ্ঞানপীঠ বঁটা (Jnanpith Award), সাহিত্য অকাডেমি বঁটা, অসমৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ভাৰত ৰত্ন, পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী

 

Part-9 অসম বিভিন্ন চলচিত্ৰৰ ওপৰত প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (Page 247 to 262)

(160 Question Answer)


Part-10 উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যৰ ওপৰত বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (Page 263 to 297)

(365 Question Answer)

মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ


Part-11 অসম ভূগোলৰ বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (Page 298 to 376)

(738 Question Answer)

অসম ভূগোল Question, অসমৰ জনসংখ্যা আৰু জিলা, অসমৰ বনাঞ্চল & ৰাষ্ট্ৰীয় উদ্যান, অসমৰ জিলা , অসমৰ নদী


Part-12 অসম বুৰঞ্জীৰ বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (Page 377 to 450)

(800 Question Answer)

প্ৰাচীন অসম বুৰঞ্জী, মধ্যযুগৰ অসম, স্বাধীনতা আন্দোলনত অসম, আহোম বুৰঞ্জী, কোচ, কছাৰী, চুতীয়া ৰাজ্য বুৰঞ্জী


Part-13 অসমৰ বিভিন্ন ৰাজবংশৰ ওপৰত প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (Page 451 to 494)

(440 Question Answer)

দানৱ ৰাজবংশ, ভৌম ৰাজবংশ বা নৰক বংশ, বৰ্মণ বংশৰ, শালস্তম্ভ বংশ, পাল ৰাজবংশ, কোচ ৰাজবংশ, আহোম ৰাজ্য, কছাৰী ৰাজ্য, জয়ন্তীয়া ৰাজ্য


Part-14 অসমৰ বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (Page 495 to 509)

(145 Question Answer)

অসমৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাজ্যপাল, AASU & AGP, বড়ো সাহিত্য সভা


Part-15 অসমীয়া ব্যাকৰণৰ বিভিন্ন প্ৰয়োজনীয় প্ৰশ্ন-উত্তৰ (Page 510 to 765)

(2600 Question Answer)

সমাস, সন্ধি, প্ৰত্যয়, অসমীয়া বৰ্ণমালা, পুংলিংগ আৰু স্ত্ৰীলিংগ, এটা শব্দত প্ৰকাশ কৰা, সমাৰ্থক শব্দ, বিপৰীত শব্দ, অসমীয়া জতুৱা ঠাঁচ 

 

============================================

 

যদি আপুনি অসমৰ সকলো Job ৰ বাবে Apply কৰিছে, বিশেষকৈ Direct Recruitment Exam ৰ বাবে, তেন্তে আমাৰ All-In-One-eBook খন কিনক । তলত লিংক দিয়া হৈছে -

 

ইংৰাজী মাধ্যম -


https://www.assamgkpdf.com/product/358230/assam-gk-pdf-ebooks-of-25000-question-answer-for-all-assam-exam/


অসমীয়া মাধ্যম -


https://www.assamgkpdf.com/product/3091946/assamese-guide-book-for-assam-common-test-ot-1fa1b


============================================


NOTE -


Terms & Condition -


এবাৰ Payment Complete হোৱাৰ পিছত পইচা ঘুৰাই দিয়া নহব । এবাৰ Payment হলে আমি Refund কৰিব নোৱাৰো । যিখন eBook ৰ বাবে Payment কৰিছে সেইখনৰ সলনি বেলেগ eBook দিয়াও নহব । (No Exchange)

 

Payment কৰাৰ পিছত eBook Download কৰিব নোৱাৰিলে আমাক WhatsApp মেচেজ কৰক –


8638011830 নম্বৰত ।


ধন্যবাদ

© Education For Assam YouTube Channel

Share
Customer Reviews

Secure Payments

Shipping in India

Great Value & Quality